Local, Vocal, Global

কৰ’না, দেশত ২ লাখ অতিক্ৰম

15

দেশত দ্ৰুত গতিত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা
মঙলবাৰে ভাৰতত আক্ৰান্তৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিলে
এই পৰ্যন্ত দেশত ২০৭,৬১৫ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৫,৮২৯ জনৰ
দেশৰ ৰাজধানী দিল্লীত এটা দিনতে ব্যাপক সংক্ৰমন
গুজৰাটক চেৰাই ২২১৩২ আক্ৰান্তৰে মহাৰাষ্ট্ৰ আৰু তামিলনাদুৰ পাছতে তৃতীয় স্থানত দিল্লী
ৰাজধানী দিল্লীত এই পৰ্যন্ত ৫৫৬ জনৰ মৃত্যু
মহাৰাষ্ট্ৰত আক্ৰান্ত ৭২৩০০,মৃত্যু ২৪৬৫ জনৰ
তামিলনাদুত ২৪৫৮৬ জন আক্ৰান্ত,১৯৭ জনৰ মৃত্যু
বিশ্বত আক্ৰান্তৰ সংখ্যা ৬,৪৫২,৩৯১,মৃত্যু ৩৮২,৪৭৯ জনৰ
আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ শীৰ্ষত আমেৰিকা,ব্ৰাজিল আৰু ৰাছিয়া
বিশ্বৰ কৰ’না আক্ৰান্তৰ তালিকাত সপ্তম স্থানত আছে ভাৰত

Comments are closed, but trackbacks and pingbacks are open.