Website Design: dastechnologies.in
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱাই দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ মন্তব্য মনোবল আৰু শাৰিৰীক শক্তি গঠনত সমানে উপকৃত কৰে যোগাভ্যাসে। কঠিন সংগ্ৰাম আৰু জটিল পৰিস্থিতিৰে মোকাবিলাৰ বাবে যোগাভ্যাসে জনতাক উদ্বুদ্ধ কৰে। প্ৰাণায়াম হ’ল সৰ্বশ্ৰেষ্ঠ যোগ ব্যায়াম। প্ৰাণায়ামে শ্বাসতন্ত্ৰ সূচল কৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ’নাৰ পৰা হাত সাৰি থাকিবলৈ আটায়ে প্ৰাণায়মক দৈনন্দিন অভ্যাসত পৰিণত কৰা উচিত।