Local, Vocal, Global

কলা শাখাত প্ৰথম ১০টা স্থানপ্ৰাপ্তসকল

কলা শাখা

প্ৰথম
পূৱালী ডেকা -৪৮১
পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং

শ্ৰদ্ধা বৰগোঁহাই -৪৮১
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও 

দ্বিতীয়

কাশ্মীৰি দাস- ৪৭৭
বৰপেটা বিদ্যাপীঠ উচ্ছতৰ মাধ্যমিক বিদ্যালয়
অন্বেষা কাশ্যপ- ৪৭৭
গোলাঘাট জাতীয় মহাবিদ্যালয়
ছাইমা- ৪৭৭
আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয় (হোজাই)

তৃতীয়
জুস্মিতা গোস্বামী- ৪৭৩
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা

ফাৰহানুৰ ৰহমান ৪৭৩
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও
ময়ূৰিকা ডেকা- ৪৭৩
ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং
সংগীতা দাস- ৪৭৩
প্ৰাকমেটিক একাডেমী জুনিয়ৰ কলেজ (কামৰূপ গ্ৰাম্য)
পলী বৰা-৪৭৩
কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও
প্ৰিয়ক্ষী  বৰা- ৪৭৩
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
মৌমিতা কোঁৱৰ-৪৭৩
আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া

চতুৰ্থ
মানসী চহৰীয়া- ৪৭২
ব্ৰিলিয়ান্ত একাডেমী, দৰং
দেৱাশ্ৰী বৰা ৪৭২
কটন বিশ্ববিদ্যালয়, কামৰূপ [মেট্ৰ’]
টাহিৰা জামান- ৪৭২
মাধৱদেৱ জুনিয়ৰ কলেজ, নগাঁও
জুলী বৈশ্য-৪৭২
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

পঞ্চম
শৰৎ শইকীয়া- ৪৭১
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়
সম্পূৰ্ণা বাৎসায়ন-৪৭১
অসম জাতীয় বিদ্যালয়, গুৱাহাটী
কাবেৰী কোঁচ-৪৭১
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
মালবিকা ভৰদ্বাজ- ৪৭১
পি বি ধীৰদত্ত উচ্ছতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী

ষষ্ঠ
ভাৰ্গৱ ফুকন- ৪৭০
ক্ৰিচেণ্ট একাডেমী, যোৰহাট
স্বাগতা দত্ত- ৪৭০
জিনিয়াচ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
হৰ্ষিতা বৰঠাকুৰ- ৪৭০
কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও

সপ্তম
অৱন্তী ৰয়- ৪৬৯
বি এম কলেজ, ধুবুৰী
অনশ্ৰী মহন্ত- ৪৬৯
ছ’ল্টব্ৰুক একাডেমী, ডিব্ৰুগড.
অমিতেশ নাথ- ৪৬৯
গোলাঘাট জাতীয় মহাবিদ্যালয়, গোলাঘাট
দিব্য প্ৰতিম বৰা- ৪৬৯
আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
উদিতা ঈশানী কাকতি- ৪৬৯
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
শতাব্দী পূজাৰী- ৪৬৯
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
প্ৰিয়াংক্ষী গোস্বামী- ৪৬৯
ৰিনাইছা জুনিয়ৰ কলেজ, নগাঁও
পৰিণীতা বুজৰবৰুৱা- ৪৬৯
আসাম ভেলী জুনিয়ৰ কলেজ, নলবাৰী

অষ্টম
অলিস্মিতা শৰণীয়া- ৪৬৮
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
ডেইজী নাথ- ৪৬৮
বাডছ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা
আফৰিন ইছলাম- ৪৬৮
ছেইণ্ট জেভিয়াৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড.
প্ৰাপ্তি বৰুৱা- ৪৬৮
ফৰকাটিং জুনিয়ৰ কলেজ, গোলাঘাট

নৱম
অজশ্বেতা বশিষ্ঠ গোস্বামী- ৪৬৭
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও
এপল’ কাশ্যপ- ৪৬৭
প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট
নম্ৰতা বৰুৱা- ৪৬৭
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

দশম
চন্দ্ৰিকা কলিতা- ৪৬৬
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
অংকিতা ভূঞা- ৪৬৬
কিৰণ একাডেমী জুনিয়ৰ কলেজ, ধেমাজি
কৃষ্ণবালা দাস- ৪৬৬
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবৰী
শুভাকাংক্ষী আত্ৰেয়- ৪৬৬
ক্ৰিচেণ্ট একাডেমী, যোৰহাট
ছাহাবউদ্দিন- ৪৬৬
লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ
মণিমা আখতাৰ- ৪৬৬
লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী