Local, Vocal, Global

এইবাৰ বঙাইগাওঁ জিলাৰ পৰা তেজপুৰলৈ কৰ’না পজিটিভ ৰোগী  

123

এইবাৰ বঙাইগাওঁ জিলাৰ পৰা তেজপুৰলৈ কৰ’না পজিটিভ ৰোগী
AS26T2416নম্বৰৰ ট্ৰাকৰ হেণ্ডিমেন আটোৱাৰ আলিয়ে ২৩জুনত স্বাৱ দি কোৱাৰেণ্টাইনত থকাৰ পৰিবৰ্তে তেজপুৰলৈ ফাৰ্নিচাৰ আনি থকাৰ সময়ত কৰ’না পজিটিভ চিনাক্ত।
আৰক্ষীয়ে ট্ৰাকখন ৰখাই হেণ্ডিমেন আলিক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰে।
ইতিমধ্যে ট্ৰাক খনৰ চালক খাডেম আলিৰ স্বোৱাব লৈ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনলৈ প্ৰেৰন কৰে।