Local, Vocal, Global

উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা…

উত্তৰ গুৱাহাটীত ডাম্পাৰ চালকৰ দৌৰাত্মৰ।উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ সমিপত ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে গছত খুণ্ডা ডাম্পাৰৰ।নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে গছত খুণ্ডা মাৰি পুনৰ বিদ্যুতৰ খুঁটাত খুণ্ডা মৰাৰ ফলত লুটি খাই বাগৰি পৰে ডাম্পাৰখন।বাগৰি পথৰ দাঁতিত দ খাৱৈত পৰে ডাম্পাৰখন।

দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও চাৰিটাকৈ বিদ্যুতৰ খুঁটা ভাগি পৰে। ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰিবলৈ পৰিবহণ বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে যদিও নাকি লগাব পৰা নাই ডাম্পাৰ চালকৰ সকলক।