Local, Vocal, Global

আজি নিশা চন্দ্ৰগ্ৰহণ

21

৫ জুন অৰ্থাৎ আজি নিশা হ’ব বছৰৰ দ্বিতীয়টো চন্দ্ৰ গ্ৰহণ। নিশা ১১.১৫ বজাৰ পৰা ২.৩৪ বজালৈ এই গ্রহণৰ সময়। এই বছৰৰ প্ৰথম চন্দ্ৰ গ্রহণ হৈছিল যোৱা ১০ জানুৱাৰীত। আজিৰ চন্দ্ৰ গ্ৰহণ ভাৰতৰ লগতে সমগ্ৰ এছিয়া মহাদেশ, ইউৰোপ আৰু আফ্ৰিকাৰ পৰা দৃশ্যমান হ’ব।

Comments are closed, but trackbacks and pingbacks are open.