৫ জুন অৰ্থাৎ আজি নিশা হ’ব বছৰৰ দ্বিতীয়টো চন্দ্ৰ গ্ৰহণ। নিশা ১১.১৫ বজাৰ পৰা ২.৩৪ বজালৈ এই গ্রহণৰ সময়। এই বছৰৰ প্ৰথম চন্দ্ৰ গ্রহণ হৈছিল যোৱা ১০ জানুৱাৰীত। আজিৰ চন্দ্ৰ গ্ৰহণ ভাৰতৰ লগতে সমগ্ৰ এছিয়া মহাদেশ, ইউৰোপ আৰু আফ্ৰিকাৰ পৰা দৃশ্যমান হ’ব।

MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
© 2021 My News NE. All Rights Reserved.