Local, Vocal, Global

পৰিৱেশ দিৱস, দ্বীপৰ বিলৰ পাৰত গছপুলি ৰুলে মুখ্যমন্ত্ৰী সোনোৱালে

*দ্বীপৰ বিলৰ পাৰত ছকৰ্ডোত অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস।
*বনমন্ত্ৰী পৰিমল শুক্লবদ্য আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰোপন কৰিলে গছপুলি।
*জুন মাহৰ ভিতৰত প্ৰতিজনে অতি কমেও এটাকৈ গছপুলি ৰোপন কৰি ডাঙৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
*অসমৰ ৰাইজ,ছাত্ৰ ছাত্ৰী, দল সংগঠনলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
*অসমৰ চহকী জৈৱ বৈচিত্ৰতাক শক্তিশালী কৰিবলৈ সকলোৱে দায়িত্ব লওক।
*সাংবাদিক সকলক এজোপাকৈ গছপুলি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে
*কিছুমান ঠাইত গছ ৰোৱাৰ পিছত লালন পালন নকৰে, সাংবাদিকে সেয়া বাতৰি কৰিছে, মই ভাল পাইছো।
*সকলোৱে গছ ৰুই ডাঙৰ কৰালৈকে দায়িত্ব লব লাগে—- মুখ্যমন্ত্ৰী
*এইবাৰ অহা জুলাই মাহৰ ভিতৰত ৰাজ্যত ৬ কোটি গছপুলি ৰুব বন বিভাগে— মুখ্যমন্ত্ৰী।