Youth missing in Langlongku waterfall : কাৰ্বি আংলঙৰ লাংৱকু জলপ্ৰপাতত সন্ধানহীন যুৱক

নিউজ ডেস্ক,১৫জুলাই : পুনৰ জলপ্ৰপাতত সন্ধানহীন যুৱক ।
কাৰ্বি আংলঙৰ লাংৱকু জলপ্ৰপাতত সন্ধানহীন যুৱক। সন্ধানহীন যুৱকজন ডিমাপুৰৰ আওখিলবস্তিৰ ছাৰ্প আও বুলি জানিব পৰা গৈছে(Youth missing in Langlongku waterfall)।
জানিব পৰা মতে, দেওবাৰে দুই বন্ধুৰ সৈতে জলপ্ৰপাতলৈ গৈছিল ছাৰ্প আও । জলপ্ৰপাতত গা ধুই থকাৰ সময়তে সন্ধানহীন হয় যুৱকজন।
এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়া হৈছিল যদিও অন্ধকাৰৰ বাবে দেওবাৰ চলা নাছিল উদ্ধাৰ অভিযান।
আজি যুৱকজনক বিচাৰি সন্ধানত নামিব SDRF।
লগতে পঢ়ক : Businessman Fatally Shot Dead by Dacoits in Goalpara : ব্যৱসায়ীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ