Watch | Yogeshwar Shiv Temple pooja: যোগেশ্বৰ শিৱ মন্দিৰৰ বাৰ্ষিক পূজা আৰু সবাহ মহোৎসৱৰ সফল সমাপ্তি
গুৱাহাটী: ৰঙিয়া ঐতিহ্যমণ্ডিত জয়ন্তীপুৰ সাতগাওঁ যোগেশ্বৰ শিৱ মন্দিৰৰ বাৰ্ষিক পূজা আৰু সবাহ মহোৎসৱৰ সফল সমাপ্তি।বৃহস্পতি বাৰে অন্তিম দিনা জনসমূদ্ৰত পৰিণত হয় জয়ন্তীপুৰ সাতগাওঁ যোগেশ্বৰ শিৱ মন্দিৰৰ বাকৰি।জনপ্ৰিয় পাঠিকা কৰিশ্মা নাথৰ নাম পৰিৱেশনৰে মোহিত কৰিলে সকলোকে।যোৱা ২৬ ফেব্ৰুৱাৰীৰ ২৭ ফেব্ৰুৱাৰীলৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হৈছিল বাৰ্ষিক পূজা আৰু সবাহ মহোৎসৱৰ।বৃহস্পতিবাৰে সফল সমাপ্তি ঘটে এই সবাহ মহোৎসৱৰ।