Local, Vocal, Global

ঋদ্বিমান সাহা’ৰ জীয়ৰী মিয়া’ৰ এক আবেগিক মেচেজ

ঋদ্বিমান সাহা’ৰ জীয়ৰী মিয়া’ৰ এক আবেগিক মেচেজ পিতৃৰ কাৰণে ।
ছানৰাইজাৰ হায়দৰাবাদৰ উইকেট কীপাৰ সাহা কেইদিন মান আগত কভিদত আক্ৰান্ত হৈছিল । উইকেট কীপাৰজনৰ দ্ৰুত আৰোগ্যৰ বাবে জীয়ৰী মিয়াই প্ৰাৰ্থনা কৰিছে । আৰু ছুপাৰমেনৰ ছবি আঁকি নিজৰ পিতৃক প্ৰেৰণা দিবলৈ যত্ন কৰিছে । ছানৰাইজাৰ হায়দৰাবাদৰ উইকেট কীপাৰজনে তেওঁৰ অফিচিয়েল টুইটাৰত মিয়াই অংকন কৰা ছবি শ্বেয়াৰ কৰি লিখিছে,” এই পৰিস্থিতিত মোৰ বাবে এইটো মোৰ গোটেই পৃথিৱী “। মিয়াই তাইৰ প্ৰাৰ্থনা প্ৰেৰন কৰিছে । আপোনালোকৰ প্ৰাৰ্থনা আৰু বাৰ্তাৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ।