Local, Vocal, Global

ফুলবাৰীৰ যুৱতীক বাংগালোৰৰপৰা উদ্ধাৰ

বালিপৰাৰ ফুলবাৰীৰ যুৱতীক বাংগালোৰৰপৰা উদ্ধাৰ চাৰিদুৱাৰ আৰক্ষীৰ

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে বাংগালোৰৰ নাৰীদেহ ব্যৱসায়ী চক্ৰ পৰা উদ্ধাৰ কৰে বালিপৰাৰ ফুলৱাৰী চাহ বাগিচাৰ এগৰাকী যুৱতীক  |

প্ৰায় ছমাহ পূৰ্ৱে বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ফ্ৰান্সিচ মুৰা নামৰ নাৰীদেহ ব্যৱসায় চক্ৰ সদস্যজনে ফুলবাৰীৰ ১৬ বছৰীয়া উক্ত যুৱতীগৰাকীক ফুচুলাই তেজপুৰ দেখুৱাবলৈ নিয়াৰ চলেৰে বাংগালোৰ নি নাৰীদেহ ব্যৱসায় চক্ৰৰ হাতত বিক্ৰি কৰাৰ লগতে নিজেও  যুৱতীগৰাকীৰ সৈতে অসত কামনা চাৰিতাৰ্থ কৰি শাৰিৰীক অত্যাচাৰ চলাই  আহিছিল |

ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰাত লগে লগে চাৰিদুৱাৰ আৰক্ষীক জনোৱাত হয় | পাছত  চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া আলিমুদ্দিন আহমেদে ক্ষীপ্ৰতাৰে অভিযান চলাই বাংগালোৰৰ পৰা ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে  নাৰী সৰবৰাহকাৰী ফ্ৰান্সিচ মুৰাক আটক কৰি চাৰিদুৱাৰ থানালৈ আনি জেল হাজোতলৈ প্ৰেৰন