Local, Vocal, Global

হৃদ ৰোগত আক্রান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে এগৰাকী মহিলা

হাজোৰ  ধুহি বালা গাঁওৰ এগৰাকী মহিলা। তেওঁৰ নাম নাৰ্জিমা বেগম। বিগত এটা বছৰে হৃদ ৰোগত আক্রান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। ৫ বছৰ পূৰ্বে স্বামীক হেৰুৱাই দুটি সন্তানক দিন হাজিৰা কৰি পোহপাল দি আছিল যদিও বিগত এটা বছৰে শয্যাগত হৈ আছে। নিজৰ সম্পত্তি সকলো বিক্ৰী কৰি চিকিৎসা চলাই আছে যদিও সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে অধিক ধনৰ প্ৰয়োজন হৈছে। ধুহি উন্নয়ন মঞ্চ নামৰ সংস্থা টোৱে কিছু পৰিমানে সহায়ৰ হাত আগবঢ়াই ছে যদিও কোনো হৃদয় বান লোকে যদি সহায়ৰ হাত আগবঢ়াই । SBI ৰঙিয়া শাখা ৰ একাউণ্ট নং,,,34615854136,

IFSC CODE,,,