Water pipe explosion in Guwahati : পুনৰ মহানগৰীত ফুটিল পানীৰ পাইপ
নিউজ ডেস্ক,২ডিচেম্বৰ : নৱবৰ্ষৰ দ্বিতীয় দিনাই গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। পুনৰ মহানগৰীত জলবিস্ফোৰণ! খাৰঘুলিত ফুটিল পানীৰ পাইপ ।
পুৱাৰ পানী যোগানৰ সময়তে নামঘৰ চ’কত ফুটিল পানী পৰিবাহী পাইপ । পাইপ ফুটি আহত কেইবাজনো লোক। কেইবামিটাৰ ওপৰলৈ ছিটিকি উঠিল পানী,পথত একাঁঠু পৰ্যন্ত পানী(Water pipe explosion in Guwahati)।
লগতে পঢ়ক :Dhemaji News :ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত হাজাৰ হাজাৰ ৰাইজৰ ভিৰ