Local, Vocal, Global

Watch | The Central Agriculture Minister Shivraj Singh Chauhan present in Assam : উজনি অসমৰ পথৰ কাষৰ বজাৰৰ পৰা পাচলি বজাৰ কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে

নিউজ ডেস্ক: অসমত উপস্থিত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান।
‘এয়া আপোনালোকৰ ঘৰৰ খেতি?’
‘সাৰ নিদিয়াকৈ কৰে নহয় জানো?’
‘টিয়ঁহ কিমানকৈ দিছে?’
এনেদৰে পথৰ কাষৰ পাচলি বেপাৰীৰ সৈতে পাচলি বজাৰ কৰি বাৰ্তালাপ কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে লগতে এক কেজি টিঁয়হ ক্ৰয় কৰি পাচলি বিক্ৰেতাসকলৰে হেণ্ডশ্বেক কৰে মন্ত্ৰীগৰাকীয়ে।