Local, Vocal, Global

Watch | Protests held in Lumding against the brutal firing and murder of Pehelgam: পেহেলঘামৰ নিৰ্মম গুলীছালনা আৰু হত্যাকাণ্ডৰ ঘটনাৰ বিৰুদ্ধে লামডিংত প্ৰতিবাদ সাব্যস্ত

লামডিং: দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লামডিংত প্ৰতিবাদ সাব্যস্ত পেহেলঘামৰ নিৰ্মম গুলীছালনা আৰু হত্যাকাণ্ডৰ ঘটনাৰ বিৰুদ্ধে। সন্ধিয়াৰ ভাগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং শাখাৰ উদ্যোগত জন্মু-কাশ্মীৰৰ পেহেলঘামত হিন্দু পৰ্য্যটকৰ ওপৰত গুলীছালনা হোৱা আৰু নিৰ্মম হত্যাকাণ্ডৰ ঘটনাৰ বিৰুদ্ধে লামডিং বিশ্ববিদ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা কৰে। পাকিস্তান মূর্দাবাদ ধ্বনি দি পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ছাত্ৰ সকলে। পাকিস্তানৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হোৱাৰ দাবী জনালে চৰকাৰ তথা প্ৰশাসনক।