WATCH | Nagaon News : নগাঁৱত উদ্ধাৰ কিশোৰীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক

নগাঁও,১৭জুন : নগাঁৱত উদ্ধাৰ কিশোৰীৰ মৃতদেহ। উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক। নগাঁও সদৰ আৰক্ষীয়ে ৰহাৰ পৰা আটক কৰে যুৱকজন । আটকাধীন যুৱকজন আবু হানিফ বুলি জানিব পৰা গৈছে(Nagaon News)।
লগতে পঢ়ক :WATCH | Nalbari News : সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল পশ্চিম নলবাৰীৰ নিৰ্বান তালুকদাৰ