WATCH | Waqf Amendment Act : আজি ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি
নিউজ ডেস্ক,১৬এপ্ৰিল : দেশৰ কোটি কোটি মুছলমানৰ বাবে জৰুৰী খবৰ
আজি ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত ৩জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি(Waqf Amendment Act)
দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীব খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে. ভি. বিশ্বনাথনে গ্রহণ কৰিব শুনানি
ৱাকফ সংশোধনী আইনক বিৰোধিতা কৰি আহিছে দেশৰ কোটি কোটি মুছলমানে
ইয়াৰ মাজতে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন
কংগ্রেছ, TMC,CPI,SC জমিয়ত-উলেমা-হিন্দকে ধৰি বহু দলে আবেদন কৰিছিল ন্যায়ালয়ত
ৱাকফ আইনে মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে’
ৱাকফ আইনে মুছলমানৰ অধিকাৰ নাইকিয়া কৰিব’
দেশৰ কোটি কোটি মুছলমানৰ লগতে দল-সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ
মুছলিম পাৰ্ছনেল ল’ বর্ডেও তীব্র বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ
বিজেপি শাসিত মধ্যপ্রদেশ, ৰাজস্থান, ছত্তীশগড়, অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডত এই আইনক সমৰ্থন কৰিছে
রাকফ আইনৰ সমর্থনত শুনানিব দাবীত আবেদন দাখিল কৰিছে এইকেইখন বাজ্যই
বাষ্ট্রপতি দ্রৌপদী মুর্মুরে ৫ এপ্রিলত মোহৰ মাৰিছিল এই বাকফ আইনত
লগতে পঢ়ক : WATCH | Nalbari News : থলুৱা শিক্ষিত যুৱকৰ অসমীয়াগিৰি