Local, Vocal, Global

১ জুলাইৰ পৰা নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ

নিউজ ডেস্ক, ১৮ জুন : দেশত Single Use Plastic ৰ বিৰুদ্ধে চৰকাৰৰ Action Plan । Single Use Plastic ৰ নিষিদ্ধকৰণৰ ওপৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ কঠোৰ নিয়ম। ১ জুলাইৰ পৰা দেশত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ। যদি কোনোবাই Single Use Plastic বিক্ৰী বা ব্যৱহাৰ কৰে সেই ব্যক্তিজনৰ উপৰত কঠোৰ Action লোৱা হব।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জাৰি কৰা তালিকা অনুযায়ী ১ জুলাইৰ পৰা এইসমূহ সামগ্ৰীৰ ব্যৱহাৰৰ উপৰত সম্পূৰ্ণ ৰূপে নিষেধাজ্ঞা –
ear buds with plastic sticks,

  • plastic stick of balloons
  • Plastic Flags
  • candy stick
  • ice cream stick
  • thermocol
  • plastic plates
  • plastic cup
  • plastic packing material
    Invitation card made of plastic
  • cigarette packets
  • Plaster and PVC banners (less than 100 microns)

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশ অনুযায়ী যদি কোনো দোকানত Single Use Plastic ব্যৱহাৰ কৰা হয় তেনেহলে সেই দোকানখনৰ মালিকৰ উপৰত কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হব দোকানখনৰ ট্ৰেড লাইচেন্স বাতিল কৰা হব আৰু নতুন কৈ ট্ৰেড লাইচেন্সৰ আবেদনৰ বাবে জৰিমনা ভৰিব লাগিব।

Single Use Plastic ৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছত বহু কেইখন বৃহৎ কোম্পানী প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাৰ আকাংক্ষা ।