Local, Vocal, Global

স্থগিত ৰখা হৈছে UGC NET ২০২২ৰ পৰীক্ষা

নিউজ ডেস্ক, ৯ আগষ্ট : স্থগিত ৰখা হৈছে UGC NET ২০২২ৰ পৰীক্ষা ।

UGCৰ অধ্যক্ষ এম জগদেশ কুমাৰে (M Jagadesh Kumar) সোমবাৰে ঘোষণা কৰে যে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ( National Testing Agency , NTA) ২০ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত UGC NET ডিচেম্বৰ ২০২১ আৰু জুন ২০২২ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ অনুষ্ঠিত কৰিব।

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ১২, ১৩ আৰু ১৪ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল।