Local, Vocal, Global

WATCH | Udalguri News : RMC ৰ ওদালগুৰি জিলা সমিতি গঠন

ওদালগুৰি,১৬এপ্ৰিল : ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ,RMC ৰ ওদালগুৰি জিলা সমিতি গঠন।

কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ উপস্থিতিত ইক্ৰাবাৰিত সাধাৰণ সভাৰ জৰিয়তে গঠন কৰা হয় ৩১ জনীয়া সমিতি(Udalguri News)।

লগতে পঢ়ক : WATCH | Sipajhar News : পশ্চিম লোক্ৰাই বন্ধু  মিলন সংঘৰ ৫০ তম ৰঙালী বিহু উদযাপন