Local, Vocal, Global

Udalguri News: ওদালগুৰিত BJPদলত যোগদান শতাধিক BPF আৰু GSPকৰ্মীৰ

ওদালগুৰি,১৫ফেব্ৰুৱাৰী : ওদালগুৰিত BJPদলত যোগদান শতাধিক BPF আৰু GSPকৰ্মী ।

আগন্তুক নিৰ্বাচনত বিটিচি দখলৰ কোচকাৱাজ BJP দলৰ।

মিত্ৰতা নকৰি ৩৮টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

বিটিচিৰ ৩৮টা সমষ্টিতে বিজেপি অকলে নিৰ্বাচন খেলাৰ ইংগিত সুনীল কুমাৰ বসুমতাৰীৰ(Udalguri News)।

বিজেপি জিন্দাবাদ ,নৰেন্দ্ৰ মোদী জিন্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ,ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত কৰে নৱ সদস্য সকলে।

ধনশ্ৰী পৰিষদীয় সমষ্টিৰ শিৱপুৰ VCDCৰ অন্তৰ্গত সংখ্যালঘু উদ্যোষিত অঞ্চল মেধিপাৰাত এই বিশাল যোগদান কাৰ্যসূচী।

জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী ,ৰাধেশ্ৰী বসুমতাৰী ,চিয়াৰমেন নুৰ আকতাৰ, বছিৰ ৰহমান আৰু পৱন দাস আদি নেতাৰ উপস্থিতিত যোগদান কৰে শতাধিক BPFআৰু GSP কৰ্মী ।

লগতে পঢ়ক:HSLC Exam 2025 :আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা