Watch | Udagalguri AAMSU protest : ওদালগুৰিৰ কলাইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ

ওদালগুৰি: ওদালগুৰিৰ কলাইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ।
আৰক্ষীৰ সৈতে বাক বিতণ্ডা আমছু।
ধুবুৰী,গোৱালপাৰা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সংখ্যালঘু সংগঠন।
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুয়ে প্ৰতিবাদী সমদল।
সমান্তৰাল ভাৱে ওদালগুৰিৰ কলাইগাৱত আমছুৰ প্ৰতিবাদী সমদল।
প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধা আৰোপ।
লগতে পঢ়ক: Watch | Bilasipara AAMSU protest: বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি