Local, Vocal, Global

উত্তপ্ত ৰহা, সকলো টোলগে’ট ভাঙি দিয়ক

টোলগে’টে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।
ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
অসমৰ সকলো টোলগে’ট ভাঙি দিয়াৰ দাবী।
টোলকৰ বৃদ্ধিৰ প্ৰতিবাদত ৰহাত উত্তপ্ত পৰিস্থিতি।
প্ৰতিবাদী জনতাক বাধা দিবলৈ আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।