Local, Vocal, Global

তিতাবৰৰ বৰহোলাত অঘটন, সেনাৰ জিম্মাত থকা যুৱকৰ ৰহস্যজনক মৃত্যু

  • ভাৰতীয় সেনাৰ হাতত প্ৰাণ গ’ল এজনৰ
  • মাৰণাস্ত্ৰ সৰবৰাহৰ অভিযোগত নিশা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জয়ন্ত বৰা নামৰ এজন যুৱকক।
  • চৰাইদেও জিলাৰ পৰা অহা ভাৰতীয় সেনা আৰু তিতাবৰৰ মহকুমা আৰক্ষীয়ে চলাইছিল অভিযান।
  • নিশা গ্ৰেপ্তাৰ কৰি অনা জয়ন্ত বৰাৰ মৃত্যু সেনাৰ হাতত।
  • মাৰণাস্ত্ৰ আৰু এনএছচিএনৰে সম্পৰ্কৰ অভিযোগত সেনাই গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
  • ঘটনাক লৈ তিতাবৰৰ বৰহোলাত চাঞ্চল্য।
  • জয়ন্ত বৰাৰ ঘৰ বৰহোলাৰ কাকডোঙা হাবিগাঁৱৰ ৫ নম্বৰ ব্লকত
  • যুৱকজনৰ পিতৃও সেনাত কৰ্মৰত আছিল
  • কিন্তু ৮ বছৰ পূৰ্বেই মৃত্যু হৈছিল পিতৃৰ