তিতাবৰৰ বৰহোলাত অঘটন, সেনাৰ জিম্মাত থকা যুৱকৰ ৰহস্যজনক মৃত্যু
- ভাৰতীয় সেনাৰ হাতত প্ৰাণ গ’ল এজনৰ
- মাৰণাস্ত্ৰ সৰবৰাহৰ অভিযোগত নিশা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জয়ন্ত বৰা নামৰ এজন যুৱকক।
- চৰাইদেও জিলাৰ পৰা অহা ভাৰতীয় সেনা আৰু তিতাবৰৰ মহকুমা আৰক্ষীয়ে চলাইছিল অভিযান।
- নিশা গ্ৰেপ্তাৰ কৰি অনা জয়ন্ত বৰাৰ মৃত্যু সেনাৰ হাতত।
- মাৰণাস্ত্ৰ আৰু এনএছচিএনৰে সম্পৰ্কৰ অভিযোগত সেনাই গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
- ঘটনাক লৈ তিতাবৰৰ বৰহোলাত চাঞ্চল্য।
- জয়ন্ত বৰাৰ ঘৰ বৰহোলাৰ কাকডোঙা হাবিগাঁৱৰ ৫ নম্বৰ ব্লকত
- যুৱকজনৰ পিতৃও সেনাত কৰ্মৰত আছিল
- কিন্তু ৮ বছৰ পূৰ্বেই মৃত্যু হৈছিল পিতৃৰ