Local, Vocal, Global

তিনিচুকীয়াত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল 

  • তিনিচুকীয়াৰ মাকুমৰ লোহাৰী বঙালী গাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল
  • গোপন খৱৰৰ ভিত্তিত অইল নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে অভিযান চলাই লোহাৰী বঙালীৰ এটা পৰিত্যক্ত ইটা ভাটাৰ পৰা জব্দ কৰে ২০০০ লিটাৰ চোৰাং তেল
  • কোনো দুষ্টচক্ৰ‌ই দীৰ্ঘদিন ধৰি উক্ত স্থানত চোৰাং তেল মজুত ৰাখি চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ স্থানীয় লোকৰ
  • আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হৈছে যদিও এই মূহুৰ্তলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই তেলৰ চোৰাং ব্যৱসায়ত জৰিত অভিযুক্তক