Local, Vocal, Global

Watch | Thieves caught in a night raid at the market in Abhayapuri: অভয়াপুৰী বজাৰত নিশা গণপ্ৰহাৰ চোৰক

অভয়াপুৰী: অভয়াপুৰীত বজাৰত নিশা গণপ্ৰহাৰৰ চোৰক। চোৰ জনে এখন হোটেলৰ পৰা বাচন-বৰ্তন চুৰি কৰাৰ অভিযোগ। অভয়াপুৰী বজাৰৰ কুজীয়া নৈৰ কাষৰ হোটেলৰ পৰা আগদিনা নিশা চোৰ কৰা বাচনখিনি লুকুকাই ৰাখিছিল নৈত। আজি নিশা লুকুৱাই ৰখা বাচনখিনি নৈৰ পৰা নিবলৈ আহি ধৰাত পৰে চোৰ। তাৰ পাছত চোৰক লপা থপা একাংশ ক্ষোভিত জনতাৰ।
লপা থপাত লেবেজান বাচন চোৰ। চোৰটোৰ ঘৰ লেংটিচিঙাত বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই অভয়াপুৰী আৰক্ষী উপস্থিত হৈ থানালৈ লৈ যায় চোৰটোক।