The woman died while praying :পূজা কৰি থাকোতেই ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু
২৯ জানুৱাৰী ২০২৫ ,নিউজ ডেস্ক: এইবাৰ পূজা কৰি থাকোতেই ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু।বন্তি জ্বলাই সেৱা জনাই থকা অৱস্থাতে ঢলি পৰি মৃত্যু মহিলাৰ। মহিলা গৰাকীৰ নাম ছায়া মেধি বুলি জানিব পৰা গৈছে।এই ঘটনা সংঘটিত হৈছে নগৰবেৰাৰ মেধি পাৰাত।মেধিপাৰাৰ ঐতিহাসিক কালি মন্দিৰত পুজা কৰি থকা অৱস্থাত মৃত্যু হয় মহিলা গৰাকীৰ। মহিলা গৰাকীক ততাতৈয়াকৈ নগৰবেৰা স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰাই যদিও,চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষনা কৰে। এই ঘটনা সংঘটিত হৈছে নগৰবেৰাৰ মেধি পাৰা।