Local, Vocal, Global

Watch | The vehicle lost control and fell into the Punch river: নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পুঞ্চ নদীত পৰিল বাহন

গুৱাহাটী: ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পুঞ্চ নদীত পৰিল বাহন। এজন যাত্ৰী সন্ধানহীন,৭জন গুৰুতৰভাৱে আহত। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা পুঞ্চ নৈত বাগৰি পৰিল বাহনখন। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে।