চৰকাৰী পৃষ্ঠপোষকতাত লভিতাৰ গেৰুৱাকৰণ !
চৰকাৰী পৃষ্ঠপোষকতাত লভিতাৰ গেৰুৱাকৰণ!
সংবাদ মেল আহ্বান কৰি এই দাবী কৰিলে লুৰিণ জ্যোতি গগৈয়ে
নৃত্য নাটিকাত চৰকাৰী আঁচনিৰ প্ৰচাৰ কৰিছে আবাহন থিয়েটাৰে
জনপ্ৰিয় অভিনেত্ৰীৰ ব্যৱহাৰ কৰি চৰকাৰে চলাইছে কি গোপন এজেণ্ডা!
গেৰুৱা শিবিৰক সুখী কৰাৰ স্বাৰ্থতে ওভটগোৰে নাচিছে নেকি আবাহন থিয়েটাৰে?
কাৰ সাহসত ৰূপকোঁৱৰৰ সৃষ্টি বিকৃত কৰাৰ ষ্পৰ্দ্ধা কৰিছে নাট্যকাৰে !
ৰিমিক্স লভিতা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মন্তব্য