Local, Vocal, Global

আজিৰে পৰা GST ৰ নতুন নিৰিখ ১৩৯৯ বিধ সামগ্ৰীৰ উপৰত GST আৰোপ

নিউজ ডেক্স ,১৮ জুলাই : মূল্যবৃদ্ধিত অতিষ্ঠ সধাৰণ ৰাইজ । ইয়াৰ মাজতে, আজিৰে পৰা GST ৰ নতুন নিৰিখ। জনতাৰ মূৰত মাধমাৰ শোধাই বৃদ্ধি পাব সামগ্ৰীৰ দাম।

১৩৯৯ বিধ সামগ্ৰীৰ উপৰত GST আৰোপ কৰিৱ কেন্দ্ৰীয় চৰকাৰে। আজিৰ পৰা, প্ৰায় ২১ বিধ সামগ্ৰীৰ উপৰত আৰোপ কৰা হৈছে GST –

দৈ, লাচি, বাটাৰমিল্ক (Curd, Lassi, Buttermilk) (5% GST)

পনীৰ (Paneer) (5% GST)

বেতৰ গুড় (গুৰ), পালমিৰা গুড় (5%GST) সহ সকলো প্ৰকাৰৰ গুড়

খাণ্ডাৰৰী চেনী (5% GST)

মৌ (Natural Honey) (5% GST)

মুৰি, চিৰা, খোই, (5% GST)

চাউল, ঘেঁহু, ৰাই, বাৰ্লি, ওটচ (5% GST)

ঘেঁহু আৰু মেছলিন ময়দা (5% GST)

কোমল নাৰিকল পানী (12% GST)

চাউলৰ আটা (5% GST)

বিদ্যুৎ চালিত পাম্প, চাইকেল পাম্প, দুগ্ধ যন্ত্ৰপাতি (Dairy Machinery) (18 % GST)

LED lamps; ink, knives, blades, pencil sharpener, blades, spoons, forks, ladles, skimmers, skimmers, cake servers; printing, writing and drawing ink; fixture and their metal printed circuits board (18% GST)

Power-driven pumps, bicycle pumps, dairy machinery (18 % GST)

প্ৰায় ২১ বিধ সামগ্ৰীৰ মূল্য়বৃদ্ধি কৰা হৈছে। তাৰ বিপৰীতে ১৬৮ বিধ সামগ্ৰী হে GST ৰ পৰা মুক্ত হৈ আছে।