গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্রৱ
ডিজিটেল ডেস্ক:- গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্রৱ।বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বনৰীয়া হাতী।বন্যহস্তী জনাঞ্চললৈ ওলাই অহাত আতংকিত হৈছে অঞ্চলবাসী।খেতিপথাৰত বিস্তৰ ক্ষতিসাধন হৈছে।বন্যহস্তীয়ে তহিলং কৰিছে খেতিয়কৰ শস্য পথাৰ।হাতীৰ জাকটো খেদি পঠোৱাত ব্যৰ্থ বন বিভাগ।