Local, Vocal, Global

Watch | The big success of Dumduma Police: ডুমডুমা আৰক্ষীৰ বৃহৎ সাফল্য

ডুমডুমা: বিশেষ সূত্ৰৰ পম খেদি আজি সন্ধ্যা ডুমডুমা আৰক্ষীয়ে ডুমডুমাৰ লংছোৱালত এক অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক নিষিদ্ধ হিৰইন সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোকজন বৰহাপজানৰ জীতেন বৰুৱা বুলি জানিবলৈ পৰা গৈছে । AS -23AG9130 নম্বৰৰ এখন স্কুটিত হিৰইন খিনি আনি থকা অৱস্থাত লোক জনক আটক কৰিবলৈ সক্ষম হয় । ৭ টা পেকেটত থকা হিৰইন খিনিৰ ওজন প্ৰায় ৮১ গ্ৰাম ,বজাৰ মূল্য ১ কোটি টকা হব বুলি আৰক্ষীৰ পৰা জানিবলৈ পৰা যায় ।