Local, Vocal, Global

তেজপুৰত বাঘৰ সন্ত্ৰাস, বাঘৰ আক্ৰমণত মৃত্যু পশুধনৰ

তেজপুৰত বাঘৰ সন্ত্ৰাস। তেজপুৰৰ পশ্চিম দিশৰ ব্ৰহ্মপুত্ৰৰ কৰৈয়নী চাপৰিত বাঘৰ আক্ৰমণত মৃত্যু ৫টাকৈ পশুধনৰ । কৰৈয়নী চাপৰিত বন সংমণ্ডল প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰ আৰু বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকীৰ নেত্বত যোৱা বন বিভাগৰ দলে নিশ্চিত কৰে বাঘৰ উপস্থিতি। ব্ৰহ্মপুত্ৰৰ মাজত থকা কৰৈয়নী চাপৰিত সমবায় ভিত্তিত তেজপুৰ দ-পৰ্বতীয়াৰ থলুৱা কৃষকৰ আছে সহস্ৰাধিক থলুৱা গৰু।