ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনা নিহত পিতা-পুত্ৰ

ডিজিটেল ডেস্ক:- লখিমপুৰ জিলাৰ চাউলধোৱাত ভয়ংকৰ পথ দুৰ্ঘটনাত ।দুৰ্ঘটনাত নিহত পিতা-পুত্ৰ। আল্ট্ৰা বাছৰ সৈতে নেক্সন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষত থিতাতে মৃত্যুক সাৱটিলে নেক্সন বাহনখনৰ লোক দুজনে। লখিমপুৰৰ পৰা ধেমাজি অভিমুখে গৈ আছিল বাছখন।বৰ্তমান চাউলধোৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাত মৃত্যু হোৱা দুগৰাকী ব্যক্তি ঘৰ নাওবৈচাৰ ভৰলোৱাত বুলি জানিব পৰা গৈছে।