Local, Vocal, Global

APSCৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন মঞ্জুৰ,গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন…

ডিজিটেল ডেস্ক:- জামিন পালে ৰাকেশ পালে।শীঘ্ৰে মুকলি আকাশত তলত ঘুৰিব এপিএছচিৰ কেলেংকাৰী খলনায়ক ৰাকেশ পাল।উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰাকেশ পালৰ।ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিলে ৰাকেশ পালে।শুকুৰবাৰে ভঙাগড় থানাত ৰাকেশ পালে লাভ কৰিলে জামিন।পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল।অচিৰে কাৰামুক্ত হ’ব ৰাকেশ পাল।