Local, Vocal, Global

ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত কৰ’না যোদ্ধা

  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক-স্বাস্থ্যকৰ্মী  কৰ’নাত আক্ৰান্ত
  • কৰ’নাত আক্ৰান্ত চিকিৎসকগৰাকীৰ নাম ডাঃ হিম্মত ৰাথুৰ
  • চেন্নাইৰ পৰা ৰেলযোগে অহা চতিয়াৰ বোকাজানৰ আনন্দ দাস (৪৯)কৰ’নাত আক্ৰান্ত
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী চিকিৎসকসহ ৩২জন আক্ৰান্ত
  •  জিলাখনত কৰ’না আক্ৰান্তৰ সংখ্যা ৩০৪জনলৈ বৃদ্ধি