Local, Vocal, Global

Teenager dies after boat sinks : নাও ডুবি মৃত্যু কিশোৰৰ

নিউজ ডেস্ক, ৪ মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । নাও ডুবি মৃত্যু কিশোৰ ।

কৰিমগঞ্জত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ।কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শনবিলত এটি কিশোৰ মোমায়েকৰ ঘৰত ফুৰিবলৈ গৈ মৃত্যু হয়। নাও ডুবি মৃত্যু কিশোৰটিৰ। মৃত কিশোৰী ৰাজেশ্বৰ দাস বুলি জানিব পৰা গৈছে। মাছ মৰা জালেৰে পানীৰ পৰা মৃত কিশোৰটিক উদ্ধাৰ কৰে স্থানীয় ৰাইজৰ(Teenager dies after boat sinks)।

লগতে পঢ়ক : 3 Indian nationals arrested in killing of Khalistan separatist Nijjar : হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক