Local, Vocal, Global

Teachers’ Union Protest :পুনৰ দিছপুৰ কঁপাবলৈ সাজু হৈছে শিক্ষক

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : পুনৰ শিক্ষকে কঁপাব দিছপুৰ।

পুনৰ দিছপুৰ কঁপাবলৈ সাজু হৈছে শিক্ষক।

প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ পূৰ্বে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিব শিক্ষক সংগঠনে(Teachers’ Union Protest)।

১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুই শিক্ষক সংগঠনে চৰকাৰৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ।

১৩ তাৰিখে চচলত সদৌ অসমৰ কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদ।

১৪ তাৰিখে অসম অ-প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ‘দিছপুৰ চলো’ শীৰ্ষক কাৰ্যসূচী।

লগতে পঢ়ক :Sivasagar News:এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন