Local, Vocal, Global

Tata Motors Launches Vehicle Scrapping Facility in Guwahati: গুৱাহাটীত উত্তৰ-পূৱৰ প্ৰথমটো বাহন স্ক্ৰেপিং ফেচিলিটী মুকলি TATA MOTORS ৰ

উত্তৰ-গুৱাহাটী,৮ফেব্ৰুৱাৰী : গুৱাহাটীত উত্তৰ-পূৱৰ প্ৰথমটো বাহন স্ক্ৰেপিং ফেচিলিটী মুকলি TATA MOTORS ৰ

পৰিবহন মন্ত্ৰী যোগেন মোহন, স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে মুকলি কৰে প্ৰকল্পটো।

অসম প্লেটিনাম স্কেপাৰৰ সহযোগত মুকলি হয় এই প্ৰকল্পটি(Tata Motors Launches Vehicle Scrapping Facility in Guwahati)।

অসম মটৰ্চৰ সঞ্চালক সঞ্জীৱ নাৰায়নে আদৰণি ভাষণ প্ৰদান কৰি এই প্ৰকল্পটোৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে TATA কম্পোনীক অসমত গাড়ীৰ নিৰ্মাণ উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনায় ।

উদ্ধোধনী সভাত কামৰূপ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান TATA ৰ কাৰ্যবাহী সঞ্চালক Girish Wagh অংশ লয় ।

টাটাৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো এয়া স্ক্ৰেব প্ৰকল্প।

এই প্ৰকল্পত বছৰি পোন্ধৰ হাজাৰ গাড়ী স্ক্ৰেব কৰিব পাৰিব।

থলুৱা প্ৰায় এক হাজাৰ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব এই প্ৰকল্পত।

লগতে পঢ়ক :Sonari News: চৰাইদেউত বিহুৱা দিৱস পালন