Local, Vocal, Global

Tanzil hussain will file nomination on today : আজি কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে দাখিল কৰিব মনোনয়ন পত্ৰ

নিউজ ডেস্ক,২৪অক্টোবৰ : আজি চামগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিব তাঞ্জিল হুছেইনে।

কাৱৈমাৰীৰ পৰা ৰেলী কৰি গৈ দাখিল কৰিব মনোনয়ন(Tanzil hussain will file nomination on today)।

মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভূপেন বৰা, দেৱব্ৰত শইকীয়াই।

লগতে পঢ়ক :Drugs peddler arrested along with drug : শিমলীতোলাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী