Local, Vocal, Global

ৰাজ্যত পুনৰ আত্মহত্যাৰ ঘটনা

নিউজ ডেস্ক, ১৪ জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ।

পুনৰ বৃহস্পতিবাৰে পুৰণি শৰাইঘাট দলঙৰ পৰা এজন ব্যক্তিয়ে ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই পৰে।খবৰ বাতৰি অনুসৰি, লোকজন এখন স্কুটিত আহি দলঙৰ মাজত বাহনখন ৰখাই নদীত জঁপিয়াই পৰে।

অৱশ্যে, বৰ্তমান সময়লৈকে মানুহজনৰ চিনাক্ত কৰা হোৱা নাই।