ৰাজ্যৰ প্ৰশাসনত সালসলনি

• ৰাজ্যৰ প্ৰশাসনত সালসলনি।
• কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আই এ এছ বিষয়া ড০ আশীষ কুমাৰ ভূটানীক কৃষি বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী হিচাপে দায়িত্ব প্ৰদান।
• ইয়াৰোপৰি ভূটানিক এ আৰ আই এ এছ চ’ছাইটিৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
• আনহাতে এ আৰ আই এছ চ’ছাইটিৰ সঞ্চালক বিনোদ চেশানক মেডিকেল লিভ প্ৰদান কৰা হৈছে।
• কৃষি, পশু পালন, ভেটেনিয়াৰী বিভাগৰ চেক্ৰেটেৰী অনন্ত লাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।
• এই দায়িত্বতো আছিল বিনোদ চেশান।