Local, Vocal, Global

Srimanta Sankaradeva Sangha :ঘোষণা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদকৰ নাম

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : ঘোষণা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদকৰ নাম।

দ্বিতীয়টো কাৰ্যকালৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰূপে নিৰ্বাচিত হৈছে কুশল ঠাকুৰীয়া(Srimanta Sankaradeva Sangha)।

পূৰ্বতে দ্বিতীয়টো কাৰ্যকালৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছিল ভৱেন্দ্ৰ নাথ ডেকা।

লগতে পঢ়ক :Nalbari News: “শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰ”ৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস