Watch | South Salmara mankachar District Erosion: হাটশিঙিমাৰীৰ কোকৰাডাংগাত ব্ৰহ্মপুত্ৰ নদীৰ কাল ৰূপ
হাটশিঙিমাৰী: চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, দিক বিদিক হেৰুৱাইছে নৈপৰীৰা ৰাইজে।
গঢ়াখহনীয়াৰ এক ভয়ংকৰ তাণ্ডৱ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এলাকা কোকৰাডাঙ্গা গাৱঁত ।
ৰাতিপোৱাৰ পৰাই চপৰা চপৰে খহিছে নদীৰ পাৰ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত কোকৰাডাঙ্গা গাওঁত এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ কেৱল তাণ্ডব লীলা।
অতিসীঘ্ৰেই গঢ়াখহনীয়া প্ৰতিৰোধৰ দাবী স্থানীয় ৰাইজৰ।
লগতে পঢ়ক: Watch | Rakibul hussain : চাপৰৰ উচ্ছেদিতৰ কাষত উপস্থিত ৰকিবুল হুছেইনৰ