Local, Vocal, Global

WATCH | Sonpur News : ‘সংযুক্ত সমাজবাদী মঞ্চ’ চমুকৈ এচ এচ এম নামেৰে অসমৰ এটি নতুন ৰাজনৈতিক দল গঠন

সোণাপুৰ,৫ এপ্ৰিল : ‘সংযুক্ত সমাজবাদী মঞ্চ’ চমুকৈ এচ এচ এম নামেৰে অসমৰ এটি নতুন ৰাজনৈতিক দল গঠন।

ডিমৰীয়াত গঠন হয় অসমৰ এটি নতুন ৰাজনৈতিক দলটো(Sonpur News)।

জাতি জনজাতি জনগোষ্ঠী সমূহৰ প্ৰগতিশীল,দক্ষ দেশ প্ৰেমিকৰ সমতুল প্ৰতিনিধিৰ দ্বাৰা গণমুখী পৰিচালনা আৰু কৰ্মপন্থাক নীতি হিচাবে লৈ আগবাঢ়িছে দলটিয়ে।

এই ৰাজনৈতিক দলটি গঠনৰ মূল লক্ষ্য উদ্দেশ্য সমূহৰ লগতে আন কেইবাটাও বিষয় সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে দলটিৰ কাৰ্য্যকৰী সভাপতি মুকুল দত্ত আৰু মুখ্য সম্পাদক বিপুল বৈভৱ বৰুৱায়।

লগতে পঢ়ক: WATCH | Mushalpur News : ‘বিটিআৰত সমাধান হ’ব লাগিব মাটি-বাৰীৰ সমস্যা’