Watch | Sonari accident: সোণাৰিৰ ভজোত ভয়ংকৰ পথ দুৰ্ঘটনা
সোণাৰি : সোণাৰিৰ ভজোত ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত এজন নিহত। নিহত যুৱক জনৰ নাম সঞ্জয় গগৈ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা খুঁটাত খুন্দা মাৰে তীব্ৰবেগী টাটা তিয়াগ বাহনখনে। সাপেখাতীৰ পৰা সোণাৰি অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা খুঁটাত খুন্দা মাৰে তীব্ৰবেগী টাটা তিয়াগ বাহনখনে। নিহত যুৱকজনৰ ঘৰ সোণাৰি পাৰ্বতিপুৰত আৰু তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ এজন কৰ্মচাৰী।