Local, Vocal, Global

WATCH | Sonapur News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন

সোণাপুৰ,৬মাৰ্চ : ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে ধৰ্মঘট NHM কৰ্মচাৰীৰ৷ NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন৷ সোণাপুৰত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন(Sonapur News)।

চাকৰি নিয়মীয়াকৰণ, সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ। দীৰ্ঘদিনীয়া দাবী পূৰণ নহলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ NHMৰ কৰ্মচাৰীৰ ।

লগতে পঢ়ক :WATCH | Barpeta News: ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ