দ্ৰুতগতিত বৃদ্ধি পাইছে লুইতৰ জলপৃষ্ঠ

- দ্ৰুতগতিত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
- গুৱাহাটীত ৪৯ মিটাৰৰ সীমা পাৰ কৰিছে জলপৃষ্ঠই
- নিশালৈ জলপৃষ্ঠই বিপদসীমা ৪৯.৫৮মিঃ অতিক্ৰম কৰাৰ আশংকা
- দেওবাৰৰ পৰা লুইতত নিষিদ্ধ জাহাজৰ চলাচল
- SDRF-NDRF বাহিনীক সষ্টম কৰি ৰাখিছে প্ৰশাসনে
- বাঢ়নি পানীত বুৰ গৈছে মাছখোৱাৰ লাচিতঘাটৰ বহু এলেকা
- ডিব্ৰুগড়তো বিপদসীমা অতিক্ৰম লুইতৰ জলপৃষ্ঠৰ