Local, Vocal, Global

Sipajhar News:ছিপাঝাৰত সন্দেহজনক বহিঃৰাজ্যৰ দুই যুৱক কৰায়ত্ত

ছিপাঝাৰ,১৫ফেব্ৰুৱাৰী : ছিপাঝাৰত সন্দেহজনক বহিঃৰাজ্যৰ দুই যুৱক কৰায়ত্ত।

এজনী স্থানীয় ছোৱালীৰ সৈতে সন্দেহজনক চাল চলন লক্ষ্য কৰে স্থানীয় লোকে(Sipajhar News)।

নিজকে ইউটিউব ভিডিঅ’ কৰিবলৈ অহা বুলি কয় উত্তৰ প্ৰদেশৰ বুলি পৰিচয় দিয়া যুৱকদুজনে।

বৰ্তমান ছিপাঝাৰ আৰক্ষীয়ে জিম্মাত যুৱক দুজন।

লগতে পঢ়ক:Cachar News:হুইল চেয়াৰত বহি পৰীক্ষা কেন্দ্ৰত উপস্থিত এজন মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ